
🌍 Earth Hour পালন সন্দৰ্ভত জাননী
আজি, অৰ্থাৎ ২৮ মাৰ্চ, ২০২৬ তাৰিখে ৰাতি ৮.৩০ বজাৰ পৰা ৯.৩০ বজালৈ Earth Hour পালন কৰা হ’ব। এই সময়ছোৱাত সকলো চৰকাৰী কাৰ্যালয়, সংস্থা আৰু আৱাসগৃহত অপ্রয়োজনীয় পোহৰ বন্ধ কৰি শক্তি সংৰক্ষণৰ বাবে সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনোৱা হৈছে।
জনসাধাৰণকো স্বেচ্ছাই এই উদ্যোগত অংশগ্ৰহণ কৰি পৰিৱেশ সুৰক্ষাৰ বাবে এক ঘণ্টা পোহৰ বন্ধ ৰাখিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে।
🌱 “Switch off lights, give an hour for Earth.”





