নৱ-নিৰ্বাচিত গোৰেশ্বৰ আঞ্চলিক কোচ-ৰাজবংশী সন্মিলনীৰ নতুন কমিটি গঠন

আজি তাৰিখঃ ১১/০১/২০২৬ ইং।স্থানঃ চিলাৰায় ভৱন, বৰফুকনখাত ভৱনত গঠন কৰা হয় কোচ-ৰাজবংশী সন্মিলনীৰ নতুন কমিটি

সভাপতিঃ ধনেশ্বৰ ৰাজবংশী (গোৰেশ্বৰ)

উপ-সভাপতিঃ প্ৰফুল্ল দাস (গুৰমৌ) আৰু প্ৰভাত ৰাজবংশী (কেৰ্পাভিঠা)

সাধাৰণ সম্পাদকঃ প্ৰতাপ দাস (কলাকুছি)

সহঃ সম্পাদকঃ বিজয় ৰাজবংশী (বৰফুকনখাত) আৰু নিৰঞ্জন ৰাজবংশী (কেৰ্পাভিঠা)

সাংগঠনিক সম্পাদকঃ মনোজ কুমাৰ দাস (পূব জ্যোতিনগৰ)

সাংস্কৃতিক সম্পাদকঃ ধৰ্মকান্ত ৰাজবংশী (বৰফুকনখাত)

মুখপাত্ৰঃ তপন শইকীয়া (হাজলপাৰা)

প্ৰচাৰ সম্পাদকঃ নৃপেন দাস (শিল্কীঝাৰ) আৰু পুৱাৰাম ৰাজবংশী (কেৰ্পাভিঠা)

বিত্ত সম্পাদকঃ জিতেন ৰাজবংশী (গোৰেশ্বৰ)

কাৰ্যালয় সম্পাদকঃ মাধৱ ৰাজবংশী (বৰফুকনখাত)

হিচাপ পৰিক্ষকঃ মোহন দাস (ৰাজাৰমাটি) আৰু সোণাৰাম ৰাজবংশী (বৰফুকনখাত)।